Duration 4:24

ভিন্ন অৰ্থ একে শব্দ । Words । Assamese words ।Assam jatiya bidhyalay

3 246 watched
0
97
Published 29 Jun 2020

ভিডিঅ'টোত শুদ্ধ শব্দৰে লিখা বাক্য দুটাৰ ২য় অৰ্থাৎ তলৰ বাক্যটোত শুদ্ধ শব্দটোৰ প্ৰয়োগ নহ'ল; তাৰ পৰিৱৰ্তে অৰ্থটোৰেহে বাক্যটো গঠন কৰা হ'ল।শুদ্ধ শব্দটোৰে মই এটা বাক্য লিখি দিছোঁ তলত- সীতাই পৰীক্ষাত ৰচনাখন সম্পূৰ্ণ শুদ্ধকৈ লিখিছে। অসমীয়া ভাষাত এনে কিছুমান শব্দ আছে, যিবোৰ বাক্যত ব্যৱহাৰ অনুযায়ী অৰ্থ ভিন্ন হয়।আজি তেনে কেইটামান শব্দ ভিডিঅ'টোত দিলোঁ।ভিডিঅ'টো চাই ভাল পালে জনাব। আৰু কোনবোৰ বিষয় আপোনালোকে মোৰপৰা জানিব খোজে Coment কৰি জনাব।ধন্যবাদ। মই দিয়া ভিডিঅ'বোৰ পাবলৈ মোৰ channel টো subscribe কৰিবলৈ নাপাহৰিব। #Like #Share #Subscribe

Category

Show more

Comments - 7